প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে সকলোকে ধ্যানক দৈনন্দিন জীৱনৰ অংগ কৰি তুলিবলৈ আহ্বান জনায়
পোষ্ট কৰা হৈছে:
21 DEC 2024 12:28PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব ধ্যান দিৱস উপলক্ষে ধ্যানক নিজৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায়। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে মন্তব্য কৰে যে ধ্যান হৈছে নিজৰ জীৱন, সমাজ আৰু পৃথিৱীলৈ শান্তি আৰু সম্প্ৰীতি অনাৰ এক শক্তিশালী উপায়।
এক্সৰ এটা পোষ্টত তেওঁ লিখিছেঃ
"আজি বিশ্ব ধ্যান দিৱসত মই সকলোকে ধ্যানক তেওঁলোকৰ দৈনন্দিন জীৱনৰ এটা অংশ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছো আৰু ইয়াৰ পৰিৱৰ্তনশীল সম্ভাৱনীয়তা অনুভৱ কৰিবলৈ আহ্বান জনাইছো। মেডিটেশ্যন হ'ল শান্তি আৰু সম্প্ৰীতি অনাৰ এক শক্তিশালী উপায়, নিজৰ জীৱনৰ লগতে আমাৰ সমাজ আৰু পৃথিৱীখনলৈ। প্ৰযুক্তিৰ যুগত, এপ্প আৰু গাইডেড ভিডিঅ' আমাৰ দৈনন্দিন কাৰ্যসূচীত ধ্যান অন্তৰ্ভুক্ত কৰাত সহায়ক হ'ব পাৰে।"
MJPS/VJ
(ৰিলিজ আই ডি : 2178128)
অতিথি কক্ষ : 22
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam