প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ খাণ্ডৱাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে
প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফ-ৰ পৰা সাহায্য ঘোষণা কৰে
Posted On:
02 OCT 2025 11:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ খাণ্ডৱাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে । তেওঁ প্ৰতিজন মৃতকৰ নিকটাত্মীয়ৰ বাবে পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকা সাহায্য ঘোষণা কৰে।
এক্সত পোষ্টত থকা পিএমঅ’ ইণ্ডিয়া হেণ্ডেলে এই সন্দৰ্ভত লিখিছে:
“প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ খাণ্ডৱাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছোঁ। এই কঠিন সময়ত ক্ষতিগ্ৰস্ত লোকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতে সমবেদনা জ্ঞাপন কৰিলো। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।
পিএমএনআৰএফৰ পৰা ২ লাখ টকা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক প্ৰদান কৰা হ’ব। আহতসকলক ৫০ লাখ টকা দিয়া হ’ব: প্ৰধানমন্ত্ৰী @narendramodi”
(Release ID: 2177696)
Visitor Counter : 14
Read this release in:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam