প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে লিখা এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
प्रविष्टि तिथि:
05 DEC 2024 12:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে লিখা এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে।
শ্ৰী মোদীয়ে কয় যে এই প্ৰৱন্ধই সংবিধানৰ তাৎপৰ্য্যক আলোকপাত কৰাৰ লগতে ভাৰতৰ বৈচিত্ৰময় সাংস্কৃতিক, আধ্যাত্মিক আৰু ঐতিহাসিক ঐতিহ্যক উদযাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত লিখেঃ
"কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @gssjodhpur-এ আলোকপাত কৰে যে কেনেকৈ ভাৰতৰ সংবিধানখন আইনী নথিৰ ঊৰ্ধ্বত। ই ভাৰতৰ বৈচিত্ৰময় সাংস্কৃতিক, আধ্যাত্মিক আৰু ঐতিহাসিক ঐতিহ্যক উদযাপন কৰে। পঢ়ক!"
***
MJPS/RT/DB
(रिलीज़ आईडी: 2176815)
आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Urdu
,
Odia
,
English
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam