প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী ৱি কে মালহোত্ৰাৰ জীৱন আৰু অৱদান সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মনোভাৱ প্ৰকাশ
प्रविष्टि तिथि:
06 OCT 2025 10:03AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰবীণ নেতা শ্ৰী ৱি কে মালহোত্ৰা মহাশয়ৰ জীৱন আৰু অৱদান প্ৰতিফলিত কৰি এটা প্ৰৱন্ধত তেওঁৰ মনোভাৱ প্ৰকাশ কৰে।
শ্ৰী ৱি কে মালহোত্ৰা মহাশয়ৰ কিংবদন্তিয়ে বিভিন্ন ক্ষেত্ৰত কেইবা দশক ধৰি লোক সেৱা, আদৰ্শগত দায়বদ্ধতা আৰু ৰাষ্ট্ৰ নিৰ্মাণক প্ৰভাৱান্বিত কৰিছে।
এক্সত পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে লিখেঃ
"শ্ৰী ৱি কে মালহোত্ৰা মহাশয়ৰ জীৱন, কৰ্ম আৰু আমাৰ দলৰ সৰ্বশ্ৰেষ্ঠ নৈতিকতাক প্ৰকাশ কৰাৰ তেওঁৰ শৈলী সন্দৰ্ভত মোৰ চিন্তাধাৰা ব্যক্ত কৰিছো। ৰাজনীতি আৰু সংসদৰ পৰা আৰম্ভ কৰি সেৱা আৰু ক্ৰীড়ালৈকে তেওঁৰ অপৰিসীম প্ৰভাৱ ৰৈ গৈছে।
https://www.narendramodi.in/tribute-to-vk-malhotra-ji-598244"
"মই ৱি কে মালহোত্ৰা মহাশয়ৰ জীৱন, ৰাজহুৱা কল্যাণৰ হকে তেওঁৰ অৰিহণা আৰু আমাৰ দলৰ সৰ্বশ্ৰেষ্ঠ পৰম্পৰাৰ প্ৰতীক হিচাপে তেওঁৰ অৱদান সন্দৰ্ভত মোৰ চিন্তা প্ৰকাশ কৰিছো। ৰাজনীতি আৰু সংসদৰ পৰা আৰম্ভ কৰি জনসেৱা তথা ক্ৰীড়ালৈকে প্ৰতিটো ক্ষেত্ৰতে তেওঁ এক অপৰিসীম ছাপ এৰি গৈছে।
https://nm-4.com/8KEY3p"
"ਸ਼੍ਰੀ ਵੀ.ਕੇ ਮਲਹੋਤਰਾ ਜੀ ਦੇ ਜੀਵਨ, ਕੰਮ ਅਤੇ ਉਨ੍ਹਾਂ ਨੇ ਸਾਡੀ ਪਾਰਟੀ ਦੇ ਸਭ ਤੋਂ ਵਧੀਆ ਸਿਧਾਂਤਾਂ ਨੂੰ ਕਿਵੇਂ ਦਰਸਾਇਆ, ਇਸ ਬਾਰੇ ਆਪਣੇ ਵਿਚਾਰ ਲਿਖੇ ਹਨ। ਰਾਜਨੀਤੀ ਅਤੇ ਸੰਸਦ ਤੋਂ ਲੈ ਕੇ ਸੇਵਾ ਅਤੇ ਖੇਡਾਂ ਤੱਕ, ਉਨ੍ਹਾਂ ਨੇ ਆਪਣੇ ਪਿੱਛੇ ਇੱਕ ਅਮਿੱਟ ਪ੍ਰਭਾਵ ਛੱਡਿਆ ਹੈ।
https://www.narendramodi.in/tribute-to-vk-malhotra-ji-598244"
***
MJPS/SR/DD
(रिलीज़ आईडी: 2175253)
आगंतुक पटल : 15
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam