প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ফিলিপাইনছত সংঘটিত ভূমিকম্পত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে
प्रविष्टि तिथि:
01 OCT 2025 3:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিলিপাইনছত সংঘটিত ভূমিকম্পত প্ৰাণহানি আৰু বিস্তৰ ক্ষতিসাধনৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।
লগতে শ্ৰী মোদীয়ে আহতসকলৰ আশু-আৰোগ্য কামনা কৰে। এই কঠিন সময়ত ভাৰতে ফিলিপাইনছৰ কাষত থিয় দিছে বুলিও তেখেতে দৃঢ়তাৰে কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছে;
“ফিলিপাইনছত সংঘটিত ভূমিকম্পত প্ৰাণহানি আৰু বিস্তৰ ক্ষতিসাধনৰ ঘটনাত শোকাহত হৈছোঁ। মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ। আহতসকলৰ আশু-আৰোগ্য কামনা কৰিলোঁ। এই কঠিন সময়ত ভাৰতে ফিলিপাইনছৰ কাষত থিয় দিছে।
@bongbongmarcos”
********
MJPS/ST/SB
(रिलीज़ आईडी: 2174517)
आगंतुक पटल : 24
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam