প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ শ্বেয়াৰ কৰিলে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আৰ এছ এছৰ উল্লেখনীয় অৱদানৰ বিষয়ে আলোকপাত কৰি পৰম পূজ্য সৰসংঘচালক ড° মোহন ভাগৱত জীৰ প্ৰেৰণাদায়ক ভাষণ
পোষ্ট কৰা হৈছে:
02 OCT 2025 1:15PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই দেশৰ বাবে ১০০ বছৰীয়া নিষ্ঠাবান সেৱা সম্পূৰ্ণ কৰাৰ বাবে প্ৰশংসা কৰে। পৰম পূজ্য সৰসংঘচালক ড০ মোহন ভাগৱত জীয়ে আগবঢ়োৱা প্ৰেৰণাদায়ক ভাষণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সংঘৰ গুৰুত্বপূৰ্ণ ভূমিকা তথা ভাৰতৰ সভ্যতাৰ মূল্যবোধক লালন-পালনৰ ক্ষেত্ৰত সংঘৰ অটল দায়বদ্ধতাৰ বিষয়ে আলোকপাত কৰে।
এক্সত আৰএছএছৰ পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে লিখিছে:
“ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আৰ এছ এছৰ উল্লেখনীয় অৱদানৰ বিষয়ে আলোকপাত কৰি আৰু গৌৰৱৰ নতুন উচ্চতা লাভ কৰিবলৈ আমাৰ ভূমিৰ আজন্ম সম্ভাৱনাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি পৰম পূজ্য সৰসংঘচালক ড০ মোহন ভাগৱত জীৰ এক প্ৰেৰণাদায়ক ভাষণ, ইয়াৰ দ্বাৰা আমাৰ সমগ্ৰ গ্ৰহটো উপকৃত হ’ব।
#RSS100Years”
MJPS/SR/DM
(ৰিলিজ আই ডি : 2174254)
অতিথি কক্ষ : 25
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam