প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেৱী মাৰ প্ৰাৰ্থনা জনাই সকলোৰে বাবে শক্তি আৰু মংগল কামনা কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
28 SEP 2025 9:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেৱী মাৰ চৰণত আন্তৰিক প্ৰণাম জনাই দেশবাসীৰ বাবে তেওঁৰ ঐশ্বৰিক আশীৰ্বাদ কামনা কৰে।আধ্যাত্মিক উদ্যম আৰু সামূহিক সদিচ্ছা অনুৰণিত বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে সকলো নাগৰিকৰ মংগল, সাহস আৰু আভ্যন্তৰীণ শক্তিৰ বাবে প্ৰাৰ্থনা কৰে।
এক্সত এটা ভিডিঅ’ পোষ্ট কৰি শ্ৰী মোদীয়ে কয়ঃ
“দেৱী মা কোটি কোটি প্ৰণাম! তেওঁ সকলোকে অদম্য সাহস আৰু উন্নত স্বাস্থ্যৰ বাবে আশীৰ্বাদ দিব বুলি প্ৰাৰ্থনা জনাইছো। তেওঁৰ কৃপাত সকলোৰে মনত আত্মবিশ্বাস জগাই তোলক।
https://www.youtube.com/watch?v=xipST4S094Q”
***
MJPS/SR/DB
(रिलीज़ आईडी: 2172445)
आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam