প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ত অংশগ্ৰহণ কৰা সকলো খেলুৱৈ আৰু প্ৰতিনিধিক উষ্ম আদৰণি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 27 SEP 2025 6:03PM by PIB Guwahati

নতুন দিল্লীত ভাৰতে গৌৰৱেৰে আয়োজন কৰা তথা আজিৰে পৰা  আৰম্ভ হোৱা বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ৰ সকলো খেলুৱৈ আৰু প্ৰতিনিধিক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  উষ্ম আদৰণি জনাযইছে ।

এক্সত দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে-

"আজিৰ পৰা  দিল্লীত  আৰম্ভ হোৱা বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ আয়োজন কৰি ভাৰতে গৌৰৱ অনুভৱ কৰিছে।সকলো অংশগ্ৰহণকাৰীলৈ উষ্ম আদৰণি আৰু শুভেচ্ছা জনাইছো।এই প্ৰতিযোগিতাখনে মানৱীয় দৃঢ়তা আৰু মনোভাৱক উদযাপন কৰে।এই প্ৰতিযোগিতাখনে সমগ্ৰ বিশ্বতে অধিক অন্তৰ্ভুক্ত আৰু সজীৱ ক্ৰীড়া সংস্কৃতিক অনুপ্ৰাণিত কৰক।"

 

MJPS/SR/SKS/DM


(रिलीज़ आईडी: 2172328) आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam