প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৱৰাত্ৰি উপলক্ষে পণ্ডিত যশৰাজ জীৰ আত্মাস্পৰ্শী পৰিবেশন শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
প্ৰিয় ভজন শ্বেয়াৰ কৰিবলৈ নাগৰিকসকললৈ প্ৰধানমন্ত্ৰীৰ আহ্বান
Posted On:
22 SEP 2025 9:32AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰি উপলক্ষে পণ্ডিত যশৰাজ জীৰ এক আত্মাস্পৰ্শী পৰিবেশন শ্বেয়াৰ কৰে। নৱৰাত্ৰি পবিত্ৰ ভক্তিৰ উৎসৱ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে বহু লোকে এই ভক্তিক সংগীতৰ জৰিয়তে সামৰি লৈছে।"যদি আপুনি ভজন গাইছে বা আপোনাৰ কোনো প্ৰিয় ভজন আছে, তেন্তে মোৰ লগত শ্বেয়াৰ কৰক। আগন্তুক দিনত ইয়াৰে কিছুসংখ্যক ভজন মই পোষ্ট কৰিম!"- শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰে:
"নৱৰাত্ৰি হৈছে বিশুদ্ধ ভক্তিৰ উৎসৱ। বহু লোকে এই ভক্তিক সংগীতৰ জৰিয়তে সামৰি লৈছে। পণ্ডিত যশৰাজ জীৰ তেনে এটা আত্মাস্পৰ্শী পৰিবেশন মই ইয়াত শ্বেয়াৰ কৰিছো।"
যদি আপুনি ভজন গাইছে বা আপোনাৰ কোনো প্ৰিয় ভজন আছে, তেন্তে মোৰ লগত শ্বেয়াৰ কৰক। আগন্তুক দিনত ইয়াৰে কিছুসংখ্যক ভজন মই পোষ্ট কৰিম!
https://youtube.com/watch?v=0NlwLAkuXvo"
***
MJPS/VJ/DD
(Release ID: 2169517)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali-TR
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam