প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সকলোকে শুভ মহালয়াৰ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 21 SEP 2025 9:55AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে সকলোলৈ শুভ মহালয়া উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিছে।"দুৰ্গা পূজাৰ পবিত্ৰ দিন ওচৰ চাপি অহাৰ লগে লগে  আমাৰ জীৱন পোহৰ আৰু উদ্দেশ্যেৰে পৰিপূৰ্ণ হওক। মা দুৰ্গাৰ ঐশ্বৰিক আশীৰ্বাদে অদম্য শক্তি, স্থায়ী আনন্দ আৰু  সুস্বাস্থ্য কঢ়িয়াই আনক", শ্ৰী মোদীয়ে কয়।

 

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়-

"আপোনালোক সকলোকে শুভ মহালয়া উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন জনাইছো! দুৰ্গা পূজাৰ পবিত্ৰ দিন ওচৰ চাপি অহাৰ লগে লগে আমাৰ জীৱন পোহৰ আৰু উদ্দেশ্যেৰে পৰিপূৰ্ণ হওক। মা দুৰ্গাৰ ঐশ্বৰিক আশীৰ্বাদে অদম্য শক্তি, স্থায়ী আনন্দ আৰু সুস্বাস্থ্য কঢ়িয়াই আনক।"

 

MJPS/VJ/DM


(रिलीज़ आईडी: 2169160) आगंतुक पटल : 22
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam