প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে
Posted On:
17 SEP 2025 9:22AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ ৭৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি.পি. ৰাধাকৃষ্ণনলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। "আপোনাৰ শুভেচ্ছাই সমৰ্পণৰ মনোভাৱেৰে ৰাষ্ট্ৰ সেৱাৰ সংকল্পক অধিক সুদৃঢ় কৰিছে", শ্ৰী মোদীয়ে কয়।
আজি এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
“উপ-ৰাষ্ট্ৰপতি শ্ৰী চি.পি. ৰাধাকৃষ্ণন ডাঙৰীয়াক আপোনাৰ আন্তৰিক শুভেচ্ছাৰ বাবে ধন্যবাদ জনালোঁ। আপোনাৰ শুভেচ্ছাই সমৰ্পণৰ মনোভাৱেৰে ৰাষ্ট্ৰ সেৱাৰ সংকল্পক অধিক সুদৃঢ় কৰিছে।"
@VPIndia
@CPR_VP
***
MJPS/VJ/SB
(Release ID: 2167499)
Visitor Counter : 2
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali-TR
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam