প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়া কাপত ৰূপৰ পদক লাভ কৰা বাবে ভাৰতীয় মহিলা হকী দলক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 14 SEP 2025 9:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা এছিয়া কাপ ২০২৫ত অংশগ্ৰহণ কৰা ভাৰতীয় মহিলা হকী দলটোক অভিনন্দন জনায়, তেওঁলোকে ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।

আজি এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়-

"আমাৰ ভাৰতীয় মহিলা হকী দলে ২০২৫ চনৰ মহিলা এছিয়া কাপত ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁলোকক অভিনন্দন। তেওঁলোকৰ দৃঢ়তা আৰু দলীয় মনোভাৱ  অসাধাৰণ। আহি থকা সময়ৰ বাবে তেওঁলোকলৈ বহুত শুভেচ্ছা জনাইছো।"

***

MJPS/SR/DM


(रिलीज़ आईडी: 2166672) आगंतुक पटल : 19
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam