প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কৰ্ণাটকৰ হাছানত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পিএমএনআৰএফৰ পৰা সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
13 SEP 2025 8:36AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ হাছানত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ সাহায্যও ঘোষণা কৰে।
এক্সৰ এটা পোষ্টত পিএমঅ’ ইণ্ডিয়া হেণ্ডেলে এনেদৰে লিখিছে
‘কৰ্ণাটকৰ হাছানত সংঘটিত হোৱা দুৰ্ঘটনাটো হৃদয় বিদাৰক। এনে সংকটৰ মূহুৰ্তত মোৰ ভাৱনা শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতে আছে ।আশা কৰোঁ আহতসকলে অতি শীঘ্ৰে আৰোগ্য লাভ কৰিব।
পিএমএনআৰএফৰ পৰা ২ লাখ টকা প্ৰতিজন মৃতকৰ নিকট আত্মীয়ক দিয়া হ’ব। আহতসকলক ৫০,০০০ টকা দিয়া হ’ব। : প্ৰধানমন্ত্ৰী @narendramodi”
MJPS/SR/DM
(रिलीज़ आईडी: 2166215)
आगंतुक पटल : 20
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam