প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্বোৰিনজান দাৰুমা-জি মন্দিৰৰ মুখ্য পুৰোহিত ৰেভ ছেইছি হিৰোছৰ পৰা এটা দাৰুমা পুতলা গ্ৰহণ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
29 AUG 2025 4:29PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি টাকাচাকি-গুনমাৰ শ্বোৰিনজান দাৰুমা-জি মন্দিৰৰ মুখ্য পুৰোহিত ৰেভ ছেইছি হিৰোছে এটা দাৰুমা পুতলা উপহাৰ হিচাপে প্ৰদান কৰে। এই বিশেষ অভিব্যক্তিয়ে ভাৰত আৰু জাপানৰ মাজত ঘনিষ্ঠ সভ্যতা আৰু আধ্যাত্মিক সম্পৰ্কক পুনৰ নিশ্চিত কৰে।
জাপানী সংস্কৃতিত দাৰুমা পুতলাক শুভ আৰু সৌভাগ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। গুনমাৰ টাকাচাকি চহৰ হৈছে বিখ্যাত দাৰুমা পুতলাৰ জন্মস্থান। জাপানৰ দাৰুমা পৰম্পৰা দেশখনত দাৰুমা দাইচি হিচাপে পৰিচিত তথা কাঞ্চীপুৰমৰ ভাৰতীয় সন্ন্যাসী বোধিধৰ্মৰ কিংবদন্তিৰ ওপৰত আধাৰিত, যিয়ে হাজাৰ বছৰতকৈও অধিক সময় আগতে এই দেশ ভ্ৰমণ কৰিছিল বুলি কোৱা হয়।
***
MJPS/SR/DD
(रिलीज़ आईडी: 2161906)
आगंतुक पटल : 21
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam