প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা বিধি, ২০২৫ চনত নাগৰিককেন্দ্ৰিক শাসনৰ প্ৰতি ভাৰতৰ সংকল্পক অগ্ৰাধিকাৰ দিয়া হৈছে: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 07 JAN 2025 4:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা বিধি, ২০২৫ৰ খচৰাত নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থাৰ প্ৰতি ভাৰতৰ সংকল্পক অগ্ৰাধিকাৰ দিয়া হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে লিখিছে;

"কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে ব্যাখ্যা কৰে যে ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা বিধি, ২০২৫ য়ে কেনেকৈ নাগৰিককেন্দ্ৰিক শাসনৰ প্ৰতি ভাৰতৰ সংকল্পক অগ্ৰাধিকাৰ দিয়ে। এই নিয়মৰ লক্ষ্য হৈছে বৃদ্ধি আৰু অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰাৰ লগতে ব্যক্তিগত তথ্য সুৰক্ষিত কৰা।"


(रिलीज़ आईडी: 2159529) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Malayalam , English , Urdu , Marathi , हिन्दी , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada