প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিগত ১১ বছৰত ভাৰতৰ কৰ্মশক্তি নীতি, পৰিকল্পনা আৰু অগ্ৰগতিৰ কেন্দ্ৰবিন্দুত থকাৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে
পোষ্ট কৰা হৈছে:
18 JUN 2025 5:37PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা প্ৰবন্ধ শ্বেয়াৰ কৰে , য’ত ভাৰতৰ বিগত ১১ বছৰে নীতি, পৰিকল্পনা আৰু প্ৰগতিৰ কেন্দ্ৰবিন্দুত কেনেদৰে কৰ্মশক্তি আছে সেই বিষয়ে আলোকপাত কৰা হৈছে। তেওঁ লগতে কয় যে এই পৰিৱৰ্তনৰ ফলত নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত লক্ষ্যণীয় উন্নতি হৈছে আৰু সামাজিক সুৰক্ষাৰ আৱৰণ সম্প্ৰসাৰিত হৈছে।
কেন্দ্ৰীয় মন্ত্ৰী ড° মনসুখ মাণ্ডবিয়াই দিয়া এক্সৰ এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়
"কেন্দ্ৰীয় মন্ত্ৰী ড° @mansukhmandviya য়ে আলোকপাত কৰিছে যে বিগত ১১ বছৰত ভাৰতৰ কৰ্মশক্তি কেনেকৈ নীতি, পৰিকল্পনা আৰু প্ৰগতিৰ কেন্দ্ৰবিন্দুত আছে। এই পৰিৱৰ্তনে নিয়োগ সৃষ্টিৰ ঐতিহাসিক উন্নতি আৰু সামাজিক সুৰক্ষাৰ কভাৰেজৰ সম্প্ৰসাৰণৰ সূচনা কৰিছে।”
*****
MJPS/SR/SKS/DM
(ৰিলিজ আই ডি : 2159131)
অতিথি কক্ষ : 17
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam