প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নৱৰাত্ৰিৰ সময়ত মাতা ৰাণীৰ নটা স্বৰূপৰ উপাসনাৰ সন্দৰ্ভত আলোকপাত প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 05 APR 2025 9:02AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ সময়ত মাতা ৰাণীৰ নটা স্বৰূপৰ উপাসনাৰ সন্দৰ্ভত আলোকপাত কৰাৰ লগতে এটা ভজনো শ্বেয়াৰ কৰে।

এক্সৰ এটা পোষ্টত তেওঁ লিখেঃ

“নৱৰাত্ৰিৰ সময়ত মাতা ৰাণীৰ নটা স্বৰূপৰ উপাসনাই তেওঁৰ সাধকসকলক ভক্তিভাৱেৰে পৰিপূৰ্ণ কৰি তোলে। দেৱী মাৰ স্তুতিত সমৰ্পিত এই ভজনে আপোনাক মন্ত্ৰমুগ্ধ কৰি তুলিব।”

 

***

MJPS/SR


(ৰিলিজ আই ডি : 2158864) অতিথি কক্ষ : 12