প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ মিছন, মিছন সুদৰ্শন চক্র, বিকশিত ভাৰত ৰোজগাৰ যোজনা, ৰাষ্ট্ৰীয় গভীৰ পানী অন্বেষণ আদিৰ দৰে চৰকাৰৰ উল্লেখযোগ্য পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰা এটা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
Posted On:
19 AUG 2025 12:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে, য'ত চৰকাৰৰ উল্লেখযোগ্য পদক্ষেপসমূহ যেনে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ মিছন, মিছন সুদৰ্শন চক্র, বিকশিত ভাৰত ৰোজগাৰ যোজনা, ৰাষ্ট্ৰীয় গভীৰ পানী অন্বেষণ আদিৰ বিষয়ে আলোকপাত কৰা হৈছে, যিয়ে ভাৰতক দ্ৰুতগতিত বিকাশশীল অৰ্থনীতি হিচাপে আগুৱাই লৈ গৈ আছে আৰু বিকশিত ভাৰতৰ দিশত দেশৰ যাত্ৰাক আগুৱাই লৈ গৈ আছে।
ওপৰত উল্লেখ কৰা বিষয়টোৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে লিখা প্ৰবন্ধটোৰ সম্পৰ্কত সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়:
"কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে চৰকাৰৰ উল্লেখযোগ্য পদক্ষেপসমূহ যেনে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ মিছন, মিছন সুদৰ্শন চক্র, বিকশিত ভাৰত ৰোজগাৰ যোজনা, ৰাষ্ট্ৰীয় গভীৰ পানী অন্বেষণ আদিৰ ওপৰত আলোকপাত কৰিছে, যিবোৰে ভাৰতক দ্ৰুতগতিত বিকাশশীল অৰ্থনীতি হিচাপে আগুৱাই নিয়াৰ লগতে বিকশিত ভাৰতৰ দিশত দেশৰ যাত্ৰাক আগুৱাই লৈ গৈ আছে।"
***
MJPS/ST/HS
(Release ID: 2157839)
Read this release in:
English
,
Urdu
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam