প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

১০০ গিগাৱাট সৌৰ পিভি মডিউল নিৰ্মাণ ক্ষমতা লাভৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ দিশত ভাৰতৰ মাইলৰ খুঁটি অৰ্জন তথা স্বচ্ছ শক্তিক জনপ্ৰিয় কৰাৰ দিশত গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

प्रविष्टि तिथि: 13 AUG 2025 8:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১০০ গিগাৱাট সৌৰ পিভি মডিউল নিৰ্মাণ ক্ষমতা লাভৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ দিশত ভাৰতৰ মাইলৰ খুঁটি অৰ্জন তথা  স্বচ্ছ শক্তিক জনপ্ৰিয় কৰাৰ দিশত গ্ৰহণ  কৰা প্ৰচেষ্টাক প্ৰশংসা কৰে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰলহাদ যোশীয়ে এক্সত  দিয়া এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়-

“এয়া আত্মনিৰ্ভৰশীলতাৰ দিশত আন এক মাইলৰ খুঁটি!ই ভাৰতৰ উৎপাদন ক্ষমতাৰ সফলতা আৰু ই স্বচ্ছ শক্তিক জনপ্ৰিয় কৰাৰ দিশত আমাৰ প্ৰচেষ্টাক চিত্ৰিত কৰে।”

 

 

***

MJPS/SR/DM


 


(रिलीज़ आईडी: 2156258) आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , Tamil , Telugu , Bengali , Odia , English , Urdu , हिन्दी , Manipuri , Punjabi , Gujarati , Kannada , Malayalam