প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰত চিকেল চেল ৰোগমুক্ত ভাৰতৰ লক্ষ্যৰে যুগান্তকাৰী পদক্ষেপৰ ওপৰত এটা প্ৰবন্ধ শ্বেয়াৰ কৰে
प्रविष्टि तिथि:
12 AUG 2025 12:35PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০৪৭ চনৰ ভিতৰত চিকেল চেল ৰোগমুক্ত ভাৰতৰ লক্ষ্যৰ এক যুগান্তকাৰী পদক্ষেপৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাই লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে।
এক্সত পি এম অ’ ইণ্ডিয়া হেণ্ডেলে পোষ্ট কৰেঃ
"জেনেটিক ৰোগৰ মোকাবিলা কৰাৰ পৰা আৰম্ভ কৰি সমতা আৰু মৰ্য্যাদা নিশ্চিত কৰালৈকে, ভাৰতৰ ৰাষ্ট্ৰীয় চিকেল চেল এনিমিয়া নিৰ্মূল অভিযানে জনস্বাস্থ্যৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @JPNadda-ই ২০৪৭ চনৰ ভিতৰত ভাৰতক চিকেল চেল ৰোগমুক্ত কৰাৰ লক্ষ্যৰে লোৱা এই যুগান্তকাৰী পদক্ষেপৰ বিষয়ে লিখিছে, যিটো নিশ্চয়কৈ পঢ়াৰ উপযোগী!"
***
MJPS/SR/MK
(रिलीज़ आईडी: 2155574)
आगंतुक पटल : 27
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
Tamil
,
Kannada
,
Manipuri
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Telugu