প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে শস্য বীমা, ভূমি স্বাস্থ্য কাৰ্ড, প্ৰত্যক্ষ লাভ হস্তান্তৰ আৰু আধুনিক জলসিঞ্চনৰ জৰিয়তে চৰকাৰৰ কৃষক-প্ৰথম দৃষ্টিভংগীৰ ওপৰত এটা প্ৰবন্ধ শ্বেয়াৰ কৰে, য’ত জীৱিকা শক্তিশালী কৰাৰ লগতে উৎপাদনশীলতা বৃদ্ধি আৰু ভাৰতৰ কৃষি খণ্ডত স্থিতিস্থাপকতা নিশ্চিত কৰাৰ বিষয়ে আলোকপাত কৰা হৈছে

Posted On: 12 AUG 2025 12:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাৰ সাংসদ শ্ৰী সতনাম সিং সান্ধুৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰে য'ত শস্য বীমা, ভূমি স্বাস্থ্য কাৰ্ড, প্ৰত্যক্ষ লাভ হস্তান্তৰ আৰু আধুনিক জলসিঞ্চনৰ জৰিয়তে চৰকাৰৰ কৃষক-প্ৰথম দৃষ্টিভংগীয়ে কেনেদৰে জীৱিকা শক্তিশালী কৰিছে, উৎপাদনশীলতা বৃদ্ধি কৰিছে আৰু ভাৰতৰ কৃষি খণ্ডত স্থিতিস্থাপকতা নিশ্চিত কৰিছে সেই বিষয়ে আলোকপাত কৰা হৈছে।

এক্সত পি এম অ’ ইণ্ডিয়া হেণ্ডেলে পোষ্ট কৰেঃ

"এই অন্তর্দৃষ্টিসম্পন্ন লিখনিত @satnamsandhuchd জীয়ে কেনেদৰে শস্য বীমা, মাটি স্বাস্থ্য কাৰ্ড, প্ৰত্যক্ষ লাভ হস্তান্তৰ আৰু আধুনিক জলসিঞ্চনৰ জৰিয়তে চৰকাৰৰ কৃষক-প্ৰথম দৃষ্টিভংগীয়ে জীৱিকা শক্তিশালী কৰিছে, উৎপাদনশীলতা বৃদ্ধি কৰিছে আৰু ভাৰতৰ কৃষি খণ্ডত স্থিতিস্থাপকতা নিশ্চিত কৰিছে তাৰ ওপৰত আলোকপাত কৰিছে।"

***

MJPS/SR/MK


(Release ID: 2155568)