প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পিংগলী ভেংকয়া জীৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Posted On: 02 AUG 2025 2:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী  শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীযুত পিংগলী ভেংকয়া জীৰ জন্ম বাৰ্ষিকীত  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  যিগৰাকী ব্যক্তি  আমাৰ গৌৰৱময় ত্ৰিৰংগা প্ৰদানৰ ক্ষেত্ৰত  গ্ৰহণ কৰা  ভূমিকাৰ বাবে স্মৰণীয়। #হৰঘৰত্ৰিৰংগা আন্দোলন শক্তিশালী কৰি ত্ৰিৰংগা উৰুৱাবলৈ আহ্বান জনাই শ্ৰী মোদীয়ে ত্ৰিৰংগাৰ সৈতে চেলফি বা ফটো তুলি  harghartiranga.com ত আপলোড কৰিবলৈ আহ্বান জনায়

এক্সত দিয়া এটা পোষ্টত তেওঁ লিখিছে-

“পিংগলী ভেংকয়াজীলৈ তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি।আমাক ত্ৰিৰংগা দিয়াত তেওঁৰ ভূমিকাৰ বাবে তেওঁক স্মৰণ কৰা হয়, যিটো আমাৰ গৌৰৱ!

সদায়ৰ দৰে #হৰঘৰত্ৰিৰংগা আন্দোলন মজবুত কৰি ত্ৰিৰংগা উৰুৱাওঁ আহক। আপোনাৰ চেলফি বা ফটোবোৰ harghartiranga.com ত আপলোড কৰক”।

 

***

MJPS/SR/DM


(Release ID: 2151780)