পোষ্ট কৰা হৈছে:
31 JUL 2025 10:55AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত মাতাৰ অমৰ সন্তান শ্বহীদ উধম সিঙৰ শ্বহীদ দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্সত এটা পোষ্টত তেওঁ লিখিছে-
"ভাৰত মাতাৰ অমৰ সুপুত্ৰ শ্বহীদ উধম সিংহলৈ তেওঁৰ শ্বহীদ দিৱসত মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি। তেওঁৰ দেশপ্ৰেম আৰু বীৰত্বৰ কাহিনী দেশবাসীৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব।"
***
MJPS/SR/KD