প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ভাৰত-ব্ৰিটেইনৰ ঐতিহাসিক সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিৰ বিষয়ে এটা লেখা শ্বেয়াৰ কৰিছে
পোষ্ট কৰা হৈছে:
25 JUL 2025 1:21PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক ভাৰত-ব্ৰিটেইনৰ সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিৰ বিষয়ে এটা লেখা শ্বেয়াৰ কৰিছে। শ্ৰী মোদীয়ে কয়, "ভাৰত-ব্ৰিটেইনৰ এই ঐতিহাসিক সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিয়ে ভাৰতীয় কৃষক, মাছমৰীয়া, হস্তশিল্পী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক সবল কৰিব, লগতে প্ৰতিদিনে উন্নত মূল্যত মানসম্পন্ন সামগ্ৰী নিশ্চিত কৰিব।"
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পিয়ুষ গোৱেলৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে:
“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @PiyushGoyal-এ ব্যাখ্যা কৰিছে যে ভাৰত-ব্ৰিটেইনৰ এই ঐতিহাসিক সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিয়ে কেনেদৰে ভাৰতীয় কৃষক, মাছমৰীয়া, হস্তশিল্পী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক সবল কৰি তুলিব, লগতে গ্ৰাহকৰ বাবে প্ৰতিদিনে উন্নত মূল্যত মানসম্পন্ন সামগ্ৰী নিশ্চিত কৰিব।”
MJPS/VJ/KD
(ৰিলিজ আই ডি : 2148444)
অতিথি কক্ষ : 27
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam