প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চন্দ্ৰ শেখৰ আজাদৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
Posted On:
23 JUL 2025 9:43AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চন্দ্ৰ শেখৰ আজাদক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। "ভাৰতৰ স্বাধীনতাৰ অন্বেষণত তেওঁৰ ভূমিকা অতি মূল্যৱান আৰু ই আমাৰ যুৱ প্ৰজন্মক সাহস আৰু দৃঢ় বিশ্বাসৰে ন্যায়ৰ বাবে থিয় দিবলৈ অনুপ্ৰাণিত কৰে", শ্ৰী মোদীয়ে কয়।
এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
"চন্দ্ৰ শেখৰ আজাদক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ অতুলনীয় বীৰত্ব আৰু দৃঢ়তাৰ প্ৰতীক আছিল। ভাৰতৰ স্বাধীনতাৰ অন্বেষণত তেওঁৰ ভূমিকা অতি মূল্যৱান আৰু ই আমাৰ যুৱপ্ৰজন্মক সাহস আৰু দৃঢ় বিশ্বাসৰে ন্যায়ৰ বাবে থিয় দিবলৈ অনুপ্ৰাণিত কৰে।"
******
MJPS/VJ/MK
(Release ID: 2147137)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali-TR
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam