প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ ব্ৰাজিল ভ্ৰমণঃ ফলাফলৰ সবিশেষ
प्रविष्टि तिथि:
09 JUL 2025 3:14AM by PIB Guwahati
দুয়োপক্ষৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিপত্ৰ/চুক্তিঃ
১. আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজত সহযোগিতাৰ চুক্তি
২. ডিজিটেল পৰিবৰ্তনৰ বাবে সফল বৃহৎ পৰিমাণৰ ডিজিটেল সমাধানৰ আদান-প্ৰদানৰ উদ্দেশ্যে সহযোগিতাৰ বুজাবুজি চুক্তি
৩. নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি
৪. ই এম বি আৰ এ পি এ আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ মাজত কৃষি গৱেষণা সম্পৰ্কীয় বুজাবুজি চুক্তি
৫. শ্ৰেণীবদ্ধ তথ্যৰ বিনিময় আৰু পাৰস্পৰিক সুৰক্ষাৰ চুক্তি
৬. ভাৰতৰ ডি পি আই আই টি আৰু ব্ৰাজিলৰ এম ডি আই চিৰ প্ৰতিযোগিতামূলক আৰু নিয়ামক নীতিৰ সচিবালয়ৰ মাজত বৌদ্ধিক সম্পত্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি
অন্যান্য গুৰুত্বপূৰ্ণ ঘোষণাসমূহঃ
১. বাণিজ্য, ব্যৱসায় আৰু বিনিয়োগ নিৰীক্ষণৰ বাবে মন্ত্ৰী পৰ্যায়ৰ প্ৰণালীৰ ব্যৱস্থা স্থাপন
***
MJPS/ST/DD
(रिलीज़ आईडी: 2143348)
आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam