প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমেৰিকাৰ টেক্সাছৰ প্ৰলয়ংকৰী বানত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
06 JUL 2025 12:06AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ টেক্সাছৰ ভয়াৱহ বানত প্ৰাণ হেৰুওৱা, বিশেষকৈ বহু শিশুৱে প্ৰাণ হেৰুওৱাৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত কয়
"টেক্সাছৰ বিধ্বংসী বানত বহুতৰে, বিশেষকৈ বহু শিশুৱে প্ৰাণ হেৰুওৱাৰ কথা জানিবলৈ পাই গভীৰভাৱে দুখী হৈছো। আমেৰিকা চৰকাৰ আৰু শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি আমাৰ সমবেদনা জ্ঞাপন কৰিছো।"
***
MJPS/ST/DM
(रिलीज़ आईडी: 2142716)
आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada