প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে সৌৰশক্তিয়ে বৈশ্বিক শক্তি ব্যৱস্থাক পুনৰাই গঢ় দিয়া সন্দৰ্ভত এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে

Posted On: 01 JUL 2025 12:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাই কেৱল ভাৰততে নহয়, বৰঞ্চ সমগ্ৰ বিশ্বতে স্বচ্ছ শক্তি বিপ্লৱক আগুৱাই নিয়াৰ লগতে সৌৰশক্তিয়ে বৈশ্বিক শক্তি ব্যৱস্থাক পুনৰাই গঢ় দিয়া সন্দৰ্ভত এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে কয়ঃ

"কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @JoshiPralhad-এ @isolaralliance-ই কেৱল ভাৰততে নহয়, বৰঞ্চ সমগ্ৰ বিশ্বতে স্বচ্ছ শক্তি বিপ্লৱক আগুৱাই নিয়াৰ লগতে সৌৰশক্তিয়ে বৈশ্বিক শক্তি ব্যৱস্থাক পুনৰাই গঢ় দিয়া সন্দৰ্ভত লিখিছে।"

***

MJPS/VJ/SB


(Release ID: 2141345)