প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আইএছএছত থকা গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 28 JUN 2025 5:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ সৈতে মত বিনিময় কৰে।

পিএমঅ’ ইণ্ডিয়াৰ এটা এক্স পোষ্টত কয়:

“আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ সৈতে প্ৰধানমন্ত্ৰী @narendramodi য়ে মত বিনিময় কৰে।”

****

MJPS/SR/DB


(रिलीज़ आईडी: 2140465) आगंतुक पटल : 37
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam