প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত বিগত বছৰসমূহত হোৱা উল্লেখযোগ্য পৰিৱৰ্তন সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ এটা প্ৰবন্ধ শ্বেয়াৰ
प्रविष्टि तिथि:
24 JUN 2025 1:30PM by PIB Guwahati
গ্ৰাম্য উদ্যমীসকলক শক্তিশালী কৰা এক গতিশীল দৃষ্টিভংগীৰে বিগত কেইবছৰমানত ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত হোৱা উল্লেখযোগ্য পৰিৱৰ্তন সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা প্ৰবন্ধ শ্বেয়াৰ কৰে।
এক্সত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চিৰাগ পাছৱানৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়ঃ
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @iChiragPaswan-এ গ্ৰাম্য উদ্যমীসকলক শক্তিশালী কৰা এক গতিশীল দৃষ্টিভংগীৰে বিগত কেইবছৰমানত ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত হোৱা উল্লেখযোগ্য পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰিছে।
***
MJPS/SR/DD
(रिलीज़ आईडी: 2139642)
आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam