প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰত, হাংগেৰী, পোলেণ্ড আৰু আমেৰিকাৰ মহাকাশচাৰীক লৈ মহাকাশ অভিযানৰ সফল উৎক্ষেপণক আদৰণি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 25 JUN 2025 1:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত, হাংগেৰী, পোলেণ্ড আৰু আমেৰিকাৰ মহাকাশচাৰীক লৈ মহাকাশ অভিযানৰ সফল উৎক্ষেপণক আদৰণি জনায়। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথম ভাৰতীয় হোৱাৰ দিশত অগ্ৰসৰ হোৱা ভাৰতীয় মহাকাশচাৰী, গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাকো শ্ৰী মোদীয়ে শুভেচ্ছা জনায়।

এক্সৰ এটা পোষ্টত তেওঁ লিখে-

‘ভাৰত, হাংগেৰী, পোলেণ্ড আৰু আমেৰিকাৰ মহাকাশচাৰীক লৈ মহাকাশ অভিযানৰ সফল উৎক্ষেপণক আমি আদৰণি জনাইছো।

ভাৰতীয় মহাকাশচাৰী, গ্ৰুপৰ কেপ্টেইন শুভাংশু শুক্লা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমজন ভাৰতীয় হোৱাৰ দিশত অগ্ৰসৰ হৈছে। তেওঁ ১৪০ কোটি ভাৰতীয়ৰ ইচ্ছা, আশা আৰু আকাংক্ষা নিজৰ লগত লৈ গৈছে।

তেওঁ লগতে আন মহাকাশচাৰীসকলৰো সফলতা কামনা কৰে!”

***

MJPS/SR/DB


(रिलीज़ आईडी: 2139630) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Nepali , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam