প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
যোগক মহিলা আৰু শিশু কল্যাণ নীতিৰে একত্ৰিতকৰণৰ ফলশ্ৰুতিত সমগ্ৰ ভাৰতৰে তৃণমূল পৰ্য্যায়ত স্বাস্থ্য আৰু মংগল বৃদ্ধি পোৱাসন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে
পোষ্ট কৰা হৈছে:
21 JUN 2025 4:58PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যোগক মহিলা আৰু শিশু কল্যাণ নীতিৰে একত্ৰিতকৰণৰ ফলশ্ৰুতিত সমগ্ৰ ভাৰতৰে তৃণমূল পৰ্য্যায়ত স্বাস্থ্য আৰু মংগল বৃদ্ধি পোৱাসন্দৰ্ভত এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়ঃ
“কেন্দ্ৰীয় মন্ত্ৰী @Annapurna4BJP ডাঙৰীয়াণীয়েযোগক মহিলা আৰু শিশু কল্যাণ নীতিৰে একত্ৰিতকৰণৰফলশ্ৰুতিত সমগ্ৰ ভাৰতৰে তৃণমূল পৰ্য্যায়ত স্বাস্থ্য আৰু মংগল বৃদ্ধি পোৱাসম্পৰ্কে আলোকপাত কৰিছে... প্ৰবন্ধটো পঢ়ক!”
****
MJPS/SR/SB
(ৰিলিজ আই ডি : 2138511)
অতিথি কক্ষ : 13
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada