প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জি-৭ সন্মিলনৰ আঁৰত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰে মিলিত প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 18 JUN 2025 2:49PM by PIB Guwahati

১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম এন্থনি আলবানিজৰে মিলিত হয়।

এক্স-ৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ

“কানাডাত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত মোৰ বন্ধু, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী আলবানিজক লগ পাই ভাল লাগিল! @AlboMP”

***

MJPS/SR/SB
 


(ৰিলিজ আই ডি : 2137363) অতিথি কক্ষ : 19