প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে সীমান্ত-অতিক্ৰমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য-সহনশীলতা সন্দৰ্ভত এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে
পোষ্ট কৰা হৈছে:
07 JUN 2025 12:38PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে সীমান্ত-অতিক্ৰমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য-সহনশীল মনোভাৱৰ কথা দোহাৰি লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
শ্ৰী মোদীয়ে কয় যে লেখাটোত প্ৰতিৰক্ষা মন্ত্ৰীয়ে দৃঢ়তাৰে কৈছে যে ভাৰতৰ বিৰুদ্ধে সংঘটিত যিকোনো আক্ৰমণক তীব্ৰ প্ৰত্যুত্তৰ জনোৱা হ’ব আৰু সন্ত্ৰাসবাদী তথা সিহঁতৰ পৃষ্ঠপোষকৰ মাজত কোনো পাৰ্থক্য নাথাকিব।
ওপৰত উল্লেখিত লেখাটো সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীৰ এক্স প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়;
"প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী @rajnathsingh-এ সীমান্ত-অতিক্ৰমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য-সহনশীল মনোভাৱৰ কথা দোহাৰিছে। তেওঁ দৃঢ়তাৰে কৈছে যে ভাৰতৰ বিৰুদ্ধে সংঘটিত যিকোনো আক্ৰমণক তীব্ৰ প্ৰত্যুত্তৰ জনোৱা হ’ব আৰু সন্ত্ৰাসবাদী তথা সিহঁতৰ পৃষ্ঠপোষকৰ মাজত কোনো পাৰ্থক্য নাথাকিব।"
***********
MJPS/ST/SB
(ৰিলিজ আই ডি : 2134874)
অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Nepali
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam