প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সেউজ ভৱিষ্যৎগঢ়াতভাৰতীয় ৰে’লৱেই কেনেদৰেমূল ভূমিকা পালন কৰি আছে সেই সম্পৰ্কেপ্ৰধানমন্ত্ৰীয়েএটা প্ৰবন্ধ শ্বেয়াৰ কৰে
পোষ্ট কৰা হৈছে:
05 JUN 2025 11:55AM by PIB Guwahati
ভাৰতীয় ৰে'লৱেই কেনেদৰে সেউজ ভৱিষ্যৎ গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে সেই বিষয়ে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে লিখাএটা প্ৰবন্ধপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বেয়াৰ কৰে। শ্ৰী মোদীয়ে কয় যেদ্ৰুত বৈদ্যুতিকৰণ আৰু স্বচ্ছ শক্তিলৈ স্থানান্তৰিত হোৱাৰ লগে লগে ই নিকা শূন্য নিৰ্গমনৰ লক্ষ্যত উপনীত হোৱাৰ পথত আগবাঢ়িছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লিখা প্ৰবন্ধটোৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছিল;
"বিশ্ব পৰিৱেশ দিৱসত ৰে'ল মন্ত্ৰী শ্ৰী @AshwiniVaishnaw-এ ভাৰতীয় ৰে'লৱে কেনেদৰে সেউজ ভৱিষ্যৎ গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে সেই বিষয়ে শ্বেয়াৰ কৰিছে। দ্ৰুত বৈদ্যুতিকৰণ আৰু স্বচ্ছ শক্তিলৈ পৰিৱৰ্তন হোৱাৰ লগে লগে ই নিকা শূন্য নিৰ্গমন লাভ কৰাৰ পথত আগবাঢ়িছে।"
***
MJPS/ST
(ৰিলিজ আই ডি : 2134161)
অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam