প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আলোড়ন সৃষ্টিকাৰী যুৱ ক্ৰিকেটাৰ বৈভৱ সূৰ্য্যবংশীক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
পোষ্ট কৰা হৈছে:
30 MAY 2025 2:29PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাটনা বিমানবন্দৰত আলোড়ন সৃষ্টিকাৰী যুৱ ক্ৰিকেটৰ বৈভৱ সূৰ্য্যবংশী আৰু তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰে। "তেওঁৰ ক্ৰিকেট দক্ষতাক সমগ্ৰ দেশতে প্ৰশংসা কৰা হৈছে! তেওঁৰ ভৱিষ্যতৰ প্ৰয়াসসমূহৰ বাবে শুভেচ্ছা জনাইছোঁ", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"পাটনা বিমানবন্দৰত আলোড়ন সৃষ্টিকাৰী যুৱ ক্ৰিকেটাৰ বৈভৱ সূৰ্য্যবংশী আৰু তেওঁৰ পৰিয়ালক লগ পালোঁ। তেওঁৰ ক্ৰিকেট দক্ষতাক সমগ্ৰ দেশতে প্ৰশংসা কৰা হৈছে! তেওঁৰ ভৱিষ্যতৰ প্ৰয়াসসমূহৰ বাবে মোৰ শুভেচ্ছা জনাইছোঁ।"
***
MJPS/VJ/KB
(ৰিলিজ আই ডি : 2132879)
অতিথি কক্ষ : 21
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam