প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘ভাৰতৰ যক্ষ্মা নিৰ্মূল অভিযান’ সম্পৰ্কীয় বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
13 MAY 2025 7:56PM by PIB Guwahati
আজি প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত ভাৰতৰ যক্ষ্মা নিৰ্মূল অভিযান সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। "জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণেৰে পৰিচালিত হোৱা এই আন্দোলনে যোৱা কেইবছৰমানৰ পৰা উল্লেখযোগ্য গতি লাভ কৰিছে", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;
"ভাৰতৰ যক্ষ্মা নিৰ্মূল সম্পৰ্কীয় অভিযান সন্দৰ্ভত এখন বৈঠকৰ অধ্যক্ষতা কৰিলোঁ। জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণেৰে পৰিচালিত এই আন্দোলনে যোৱা কেইবছৰমানৰ পৰা উল্লেখযোগ্য গতি লাভ কৰিছে। আমাৰ চৰকাৰে যক্ষ্মামুক্ত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে সকলো অংশীদাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আহিছে।"
****
MJPS/VJ/SKS/KB
(रिलीज़ आईडी: 2128557)
आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Khasi
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada