প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘অসামৰিক অলংকৰণ অনুষ্ঠান-১’ত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 28 APR 2025 9:46PM by PIB Guwahati

 

পদ্ম বঁটাসমূহ প্ৰদান কৰা অসামৰিক অলংকৰণ অনুষ্ঠান-১ত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে।" জীৱনৰ সকলো ক্ষেত্ৰত উৎকৃষ্ট সেৱা আগবঢ়োৱা ব্যক্তিসকলক তেওঁলোকৰ সেৱা আৰু সাফল্যৰ বাবে সন্মানিত কৰা হৈছে", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"পদ্ম বঁটাসমূহ প্ৰদান কৰা ‘অসামৰিক অলংকৰণ অনুষ্ঠান-১’ত অংশগ্ৰহণ কৰিলোঁ। জীৱনৰ সকলো ক্ষেত্ৰত উৎকৃষ্ট সেৱা আগবঢ়োৱা ব্যক্তিসকলক তেওঁলোকৰ সেৱা আৰু কৃতিত্বৰ বাবে সন্মানিত কৰা হৈছিল।"

 

 

***

MJPS/VJ/KB


(ৰিলিজ আই ডি : 2125053) অতিথি কক্ষ : 29