প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতা
प्रविष्टि तिथि:
23 APR 2025 9:00PM by PIB Guwahati
আজি পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত ৭, লোক কল্যাণ মাৰ্গত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰি লিখিছে :
"পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত, ৭, লোক কল্যাণ মাৰ্গত চিচিএছৰ এখন বৈঠকত অধ্যক্ষতা কৰোঁ।"
***
MJPS/VJ
(रिलीज़ आईडी: 2124508)
आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam