প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভূটানৰ প্ৰধানমন্ত্ৰীৰে মিলিত প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
04 APR 2025 1:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনৰ আঁৰত ভূটানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেৰিং টবগেৰে মিলিত হয়।
এক্সৰ এটা প’ষ্টত তেখেতে কয়ঃ
'মোৰ পৰম বন্ধু প্ৰধানমন্ত্ৰী টবগেৰ সৈতে এক সুন্দৰ বাৰ্তালাপত মিলিত হওঁ। ভূটানৰ সৈতে ভাৰতৰ বন্ধুত্ব গভীৰ। আমি একাধিক খণ্ডত ব্যাপক সহযোগিতা কৰিছোঁ।
@tsheringtobgay”
***
MJPS/SR/SB
(ৰিলিজ আই ডি : 2118722)
অতিথি কক্ষ : 49
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam