গৃহ মন্ত্ৰালয়
হুৰিয়াতৰ সৈতে জড়িত আৰু দুটা গোটৰ বিচ্ছিন্নতাবাদ ত্যাগ আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্মাণ কৰা নতুন ভাৰতৰ ওপৰত তেওঁলোকৰ বিশ্বাস পুনৰ স্থাপনৰ সিদ্ধান্তক আদৰণি কেন্দ্ৰীয় গৃহ মন্ত্ৰী মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
মোদী চৰকাৰৰ অধীনত বিচ্ছিন্নতাবাদে অন্তিম উশাহ লৈছে আৰু সমগ্ৰ কাশ্মীৰত একতাৰ বিজয় প্ৰতিধ্বনিত হৈছে
পোষ্ট কৰা হৈছে:
27 MAR 2025 3:21PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু শ্ৰী অমিত শ্বাহে হুৰিয়াতৰ সৈতে জড়িত আৰু দুটা গোট, জম্মু-কাশ্মীৰ তাহৰিকী ইস্তেকলাল আৰু জম্মু-কাশ্মীৰ তাহৰিক-ই-ইস্তিকামতৰ বিচ্ছিন্নতাবাদ ত্যাগ কৰা আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্মাণ কৰা নতুন ভাৰতৰ ওপৰত তেওঁলোকৰ বিশ্বাস পুনৰ স্থাপন কৰাৰ সিদ্ধান্তক আদৰণি জনায়। এক্স প্লেটফৰ্মত এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰৰ অধীনত বিচ্ছিন্নতাবাদে অন্তিম উশাহ লৈছে আৰু সমগ্ৰ কাশ্মীৰত একতাৰ বিজয় প্ৰতিধ্বনিত হৈছে।
*****
RK / VV / RR / PS/ HS
(ৰিলিজ আই ডি : 2115758)
অতিথি কক্ষ : 69
ত এই ৰিলিজটো পঢ়ক:
Odia
,
Urdu
,
English
,
Marathi
,
Nepali
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Malayalam