প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মন কী বাতৰ বাবে সমল বিচাৰি আহ্বান প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 24 MAR 2025 8:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ মাৰ্চ, ২০২৫ তাৰিখে মন কী বাত কাৰ্যসূচীৰ বাবে নাগৰিকৰ পৰা সমল বিচাৰি আহ্বান জনাইছে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“৩০ মাৰ্চত প্ৰচাৰ হ’বলগীয়া এই মাহৰ #MannKiBaat অনুষ্ঠানৰ বাবে ব্যাপক হাৰ সমল লাভ কৰি আনন্দিত হৈছো।এই সমল তথা পৰামৰ্শৱলীয়ে সমাজৰ কল্যানৰ বাবে সামূহিক প্ৰচেষ্টাৰ শক্তিক পৰিস্ফুট কৰি তুলিছে।এই খণ্ডটোৰ বাবে অধিকসংখ্যক লোকক তেওঁলোকৰ ধাৰণা শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছো।

https://www.mygov.in/group-issue/inviting-ideas-mann-ki-baat-prime-minister-narendra-modi-30th-march-2025/?target=inapp&type=group_issue&nid=357950”

***

MJPS/ST/DB


(ৰিলিজ আই ডি : 2114685) অতিথি কক্ষ : 43