প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্ম জয়ন্তীত ড০ ৰাম মনোহৰ লোহিয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
Posted On:
23 MAR 2025 9:02AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ ৰাম মনোহৰ লোহিয়াৰ জন্মজয়ন্তীত তেওঁক এগৰাকী দূৰদৰ্শী নেতা, এজন প্ৰখৰ স্বাধীনতা সংগ্ৰামী আৰু সামাজিক ন্যায়ৰ পুৰোধা হিচাপে স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত লিখিছে;
"ড০ ৰাম মনোহৰ লোহিয়াক তেওঁৰ জন্ম জয়ন্তীত স্মৰণ কৰিছোঁ। এগৰাকী দূৰদৰ্শী নেতা, প্ৰখৰ স্বাধীনতা সংগ্ৰামী আৰু সামাজিক ন্যায়ৰ পুৰোধা, তেওঁ দুখীয়া-বঞ্চিতসকলক শক্তিসমৃদ্ধ কৰাৰ লগতে এখন শক্তিশালী ভাৰত গঢ়ি তোলাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।"
***
MJPS/ST/KB
(Release ID: 2114235)
Visitor Counter : 30
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam