প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
'অনাৰেৰী অৰ্ডাৰ অব ফ্ৰীডম অব বাৰ্বাডোছ' বঁটাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে
পোষ্ট কৰা হৈছে:
07 MAR 2025 10:02AM by PIB Guwahati
'অনাৰেৰী অৰ্ডাৰ অব ফ্ৰীডম অব বাৰ্বাডোছ' বঁটাৰ বাবে বাৰ্বাডোছৰ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে এই সন্মান ১৪০ কোটি ভাৰতীয় আৰু ভাৰত আৰু বাৰ্বাডোছৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ নামত উৎসৰ্গা কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;
"এই সন্মানৰ বাবে চৰকাৰ আৰু বাৰ্বাডোছৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
১.৪ বিলিয়ন ভাৰতীয়ক 'অনাৰেৰী অৰ্ডাৰ অব ফ্ৰীডম অব বাৰ্বাডোছ' বঁটা আৰু ভাৰত আৰু বাৰ্বাডোছৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ নামত উৎসৰ্গা কৰিছোঁ।"
***
MJPS/VJ/KB
(ৰিলিজ আই ডি : 2109012)
অতিথি কক্ষ : 69
ত এই ৰিলিজটো পঢ়ক:
Marathi
,
Bengali
,
Tamil
,
Telugu
,
English
,
Urdu
,
हिन्दी
,
Nepali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Kannada
,
Malayalam