প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 02 MAR 2025 8:54AM by PIB Guwahati

পবিত্ৰ ৰমজান মাহ আৰম্ভ হোৱাৰ শুভক্ষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

এই সন্দৰ্ভত তেওঁ এক্স হেণ্ডেলত লিখিছে -

“পবিত্ৰ ৰমজান মাহ আৰম্ভ হোৱাৰ শুভক্ষণত সকলোকে শুভেচ্ছা জনাইছো, এই পবিত্ৰ সময়ে আমাৰ সমাজলৈ শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই আনক। এই পবিত্ৰ মাহটোৱে সমৰ্পন, কৃতজ্ঞতা আৰু ভক্তিৰ সাৰ্থকতা প্ৰদান কৰে, লগতে আমাক দয়া, মমতা আৰু সেৱাৰ মূল্যবোধৰ কথাও সোঁৱৰাই দিয়ে।

ৰমজান মোবাৰক!”

***

MJPS/SR


(रिलीज़ आईडी: 2107647) आगंतुक पटल : 39
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam