প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
Posted On:
28 FEB 2025 10:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।
তেওঁ এক্স-ৰ এটা পোষ্টত লিখিছে:
"ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত বিজ্ঞানৰ প্ৰতি আগ্ৰহী লোকসকলক, বিশেষকৈ আমাৰ যুৱ উদ্ভাৱকসকলক শুভেচ্ছা জনাইছো। আহক বিজ্ঞান আৰু উদ্ভাৱনক জনপ্ৰিয় কৰো আৰু বিজ্ঞানৰ ব্যৱহাৰ কৰি বিকশিত ভাৰত গঢ়ি তোলো ।"
এই মাহৰ #মন কী বাত অনুষ্ঠানত, 'বিজ্ঞানী হিচাপে এটা দিন "ৰ বিষয়ে আলোচনা কৰা হৈছিল. য' ত যুৱপ্ৰজন্মই কিবা নহয় কিবা এটা বৈজ্ঞানিক কাৰ্যকলাপত অংশগ্ৰহণ কৰে।
****
MJPS/SR/SKS/MK
(Release ID: 2106815)
Visitor Counter : 23
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam