প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰয়াগৰাজত মহাকুম্ভৰ সামৰণিৰ লগে লগে এই যুগান্তৰকাৰী সমাৱেশৰ বিষয়ে কিছু মনৰ ভাব লিখিছিলো, যি আমাৰ দেশৰ সাংস্কৃতিক, সামাজিক আৰু আধ্যাত্মিক শক্তিক বিস্ময়কৰভাৱে চিত্ৰিত কৰিছিলঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
27 FEB 2025 2:43PM by PIB Guwahati
প্ৰয়াগৰাজত মহাকুম্ভৰ সামৰণি প্ৰসংগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই যুগান্তৰকাৰী সমাৱেশত আলোকপাত কৰে, যি আমাৰ দেশৰ সাংস্কৃতিক, সামাজিক আৰু আধ্যাত্মিক শক্তিক বিস্ময়কৰভাৱে চিত্ৰিত কৰিছে। তেওঁ লিখা ব্লগটো পঢ়িবলৈ সকলোকে আহ্বান জনাই শ্ৰী মোদীয়ে এক্সত এটা পোষ্টত কয় :
"প্ৰয়াগৰাজৰ মহাকুম্ভ সামৰণি পৰাৰ লগে লগে এই যুগান্তকাৰী সমাৱেশৰ বিষয়ে কিছু মনৰ ভাব লিখিছিলো, যি আমাৰ দেশৰ সাংস্কৃতিক, সামাজিক আৰু আধ্যাত্মিক শক্তিক বিস্ময়কৰভাৱে চিত্ৰিত কৰিছিল। মোৰ ব্লগটো ইংৰাজীত পঢ়ক। "
111111 1111111
***
MJPS/SR/KD
(रिलीज़ आईडी: 2106643)
आगंतुक पटल : 82
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Nepali
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam