পোষ্ট কৰা হৈছে:
06 FEB 2025 1:18PM by PIB Guwahati
সকলো #ExamWarriors, তেওঁলোকৰ পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক #PPC2025 চাবলৈ আহ্বান জনাইছোঁ, চাপ-মুক্ত পৰীক্ষাৰ ভিন্ন দিশ সামৰি লোৱা ৮টা অতিশয় আকৰ্ষণীয় খণ্ডৰে ইয়াৰ আয়োজন কৰা হৈছে!: প্ৰধানমন্ত্ৰী
সকলো পৰীক্ষা যোদ্ধা, তেওঁলোকৰ পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলকপৰীক্ষা পে চৰ্চা, ২০২৫ চাবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সৰ এটা প’ষ্টত এইদৰে লিখিছেঃ
‘পৰীক্ষা পে চৰ্চা’ আকৌ পালেহি আৰু সেয়াও নতুন আৰু সজীৱ ৰূপত!
সকলো #ExamWarriors, তেওঁলোকৰ পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক #PPC2025 চাবলৈ আহ্বান জনাইছোঁ, চাপ-মুক্ত পৰীক্ষাৰ ভিন্ন দিশ সামৰি লোৱা ৮টা অতিশয় আকৰ্ষণীয় খণ্ডৰে ইয়াৰ আয়োজন কৰা হৈছে!”
***
MJPS/SR/SKS/SB