প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক তেওঁৰ ঐতিহাসিক দ্বিতীয় কাৰ্যকালৰ বাবে অভিনন্দন প্ৰধানমন্ত্ৰীৰ

আমি পাৰস্পৰিকভাৱে উপকাৰী আৰু বিশ্বাসযোগ্য অংশীদাৰিত্বৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আমি আমাৰ জনসাধাৰণৰ কল্যাণৰ বাবে আৰু বিশ্ব শান্তি, সমৃদ্ধি, আৰু নিৰাপত্তাৰ দিশত একেলগে কাম কৰিম: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 27 JAN 2025 8:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড’নাল্ড ট্ৰাম্পক আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ঐতিহাসিক দ্বিতীয় কাৰ্যকালৰ বাবে অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ভাৰতৰ শক্তিশালী আৰু বিশ্বাসযোগ্য অংশীদাৰিত্বৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে দুয়োখন ৰাষ্ট্ৰই দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে আৰু বিশ্ব শান্তি, সমৃদ্ধি, আৰু নিৰাপত্তাৰ বাবে সহযোগিতা কৰিব।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এক্সত কয় -

“মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি @realDonaldTrump @POTUS ৰ সৈতে কথা পাতি আনন্দিত হৈছো। তেওঁৰ ঐতিহাসিক দ্বিতীয় কাৰ্যকালৰ বাবে অভিনন্দন জ্ঞাপন কৰিলোঁ। আমি পাৰস্পৰিকভাৱে উপকাৰী আৰু বিশ্বাসযোগ্য অংশীদাৰিত্বৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আমি আমাৰ জনসাধাৰণৰ কল্যাণৰ বাবে আৰু বিশ্ব শান্তি, সমৃদ্ধি, আৰু নিৰাপত্তাৰ দিশত একেলগে কাম কৰি যাম।”

***

Mattu J.P. Singh/ Siddhant Tiwari


(रिलीज़ आईडी: 2097226) आगंतुक पटल : 55
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada