প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফলাফলৰ তালিকা - ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ (২৩ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰী, ২০২৫)

পোষ্ট কৰা হৈছে: 25 JAN 2025 8:54PM by PIB Guwahati

 

ক্ৰমিক নং

বুজাবুজি চুক্তিসমূহ / চুক্তিসমূহ

১

ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু ইণ্ডোনেছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত স্বাস্থ্য সহযোগিতাৰ বুজাবুজি চুক্তি।

২

ভাৰতীয় উপকূলৰক্ষী আৰু ইণ্ডোনেছিয়াৰ বাকামলাৰ মাজত সামুদ্ৰিক সুৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ বুজাবুজি চুক্তি। (নবীকৰণ)

৩

ভাৰতীয় চিকিৎসা আৰু হোমিঅ’পেথিৰ ফাৰ্মাকোপিয়া আয়োগ, আয়ুষ মন্ত্ৰালয় আৰু ইণ্ডোনেছিয়াৰ খাদ্য আৰু ঔষধ কৰ্তৃপক্ষৰ মাজত পৰম্পৰাগত চিকিৎসাৰ গুণগত নিশ্চয়তাৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তি।

৪

ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু ইণ্ডোনেছিয়াৰ যোগাযোগ আৰু ডিজিটেল পৰিক্ৰমা মন্ত্ৰালয়ৰ মাজত ডিজিটেল উন্নয়নৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি।

৫

ভাৰতৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু ইণ্ডোনেছিয়াৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচী। (২০২৫-২৮ চনৰ সময়ছোৱা)

 

 

Reports

১

তৃতীয় ভাৰত- ইণ্ডোনেছিয়া চিইঅ’ মঞ্চ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি প্ৰব’ৱ’ৰ উপস্থিতিত সহ-অধ্যক্ষসকলে ইণ্ডোনেছিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীক তেওঁলোকৰ যৌথ প্ৰতিবেদন দাখিল কৰে।

 

***

MJPS/SR


(ৰিলিজ আই ডি : 2097012) অতিথি কক্ষ : 58